সূৰ্য চিমেণ্টৰ কৌন বনেগা লাখপতি আঁচনিৰ অধীনত গুৱাহাটীৰ ভাগ্যৱান গ্ৰাহকে জিকিছে ৫ লাখ টকাৰে জেকপট

0 287

সমগ্ৰ ভাৰতৰ লোকসকলৰ বৰ্তমান covid second wave সৈতে যুঁজি আছে।ইয়াৰ মাজতে গুৱাহাটী পৰমা ডেকালৈ আহি পৰিছে ভাল খবৰ।গুৱাহাটীৰ কাহিলীপাৰা ৭৮১০১৯ ৰ পাৱাৰ হাউচৰ বাসিন্দা পৰমা ডেকাই সূৰ্য চিমেণ্টৰ প্ৰথমজন ভাগ্যৱান গ্ৰাহক হৈ পৰিছে। যিয়ে বিল্ডিং নিৰ্মাণ কাৰ্যৰ বাবে সূৰ্য চিমেণ্টৰ বেগ ক্ৰয় কৰাত সেই বেগৰ ভিতৰত ৫ লাখ টকাৰ কুপন লাভ কৰিছে।তেওঁ ৯ জুলাইত ৫ লাখ টকাৰ কুপনখন লাভ কৰিছে।গুৱাহাটী সাওকুচি মেচাৰ্ছ পোচ্চাৰ ষ্টীল ,ট্রেডিং,ষ্টৰৰ পৰা সূৰ্য গন্ড চিমেণ্ট কংক্ৰিটক বেগ ক্ৰয় কৰাত তাৰ ভিতৰত লাভ কৰিছিল লাকী কুপন।পুৰস্কাৰ লাভ কৰা গ্ৰাহক পৰমা ডেকাৰ হাতত ১৭ জুলাইত গুৱাহাটীত সূৰ্য চিমেণ্টৰ ব্ৰেণ্ড এম্বেচাদৰ তথা জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ আৰু চিমেণ্টৰ সঞ্চালক সুনীল আগৰৱালা আৰু গুৱাহাটী ডিজিএম ৰণজিৎ সিঙে ৫ লাখ টকাৰ চেক হাতত তুলি দিয়ে।ভাগ্যৱান বিজয়ী গৰাকী অভিনন্দন জনাই জুবিন গাৰ্গে কয়,সূৰ্য চিমেণ্টৰ গ্ৰাহক এজনে ডাঙৰ পুৰস্কাৰ জয় কৰিছো।এই জয় সদায় ৰোমাঞ্চকৰ হয়।
উত্তৰ পূব ভাৰতৰ নিৰ্মাণ সামগ্ৰী উদ্যোগৰ এক পছন্দৰ আৰু আগশাৰীৰ ব্ৰেণ্ড সূৰ্য চিমেন্টে মহামাৰী কঠিন সময়চোৱাত গ্ৰাহক সকলক উৎসাহিত কৰিবলৈ কৌন বনেগা লাখপতি প্ৰচাৰ আঁচনি আৰম্ভ কৰিছিল।চাৰি মাহ ধৰি চলিব লগা লাখপতি আচঁনিখন ১৫ মে’ত আৰম্ভ কৰা হৈছিল। এই অভিযানে সমস্ত অসমৰ সূৰ্য চিমেণ্ট গ্ৰাহক সকলৰ নিজৰ আনন্দৰ ভাগ্য চোৱাৰ সুযোগ দিব। আৰম্ভণি পৰা এই আঁচনিৰে বৃহৎ সঁহাৰি লাভ কৰিছিল আৰু অসমত প্ৰায় ৮ লাখ বেগ বিক্ৰী হৈছে।কৌন বনেগা লাখপতিত সূৰ্য চিমেণ্টৰ ৭ জন গ্ৰাহকে ইতিমধ্যে ১ লাখ টকাকৈ কুপন জিকিছে।তেওঁলোক নগাঁও, গোৱালপাৰা, ধুবুৰী, শোণিতপুৰ, দৰং ,নলবাৰী আৰু ডিব্ৰুগড়।আচঁনিখন সফলতা বিষয়ে মন্তব্য কৰি পূৰ্বাঞ্চল চিমেণ্ট লিমিটেড এম ডি মধুৰ আগৰৱালাই কয় ,মই আনন্দিত যে কৌন বনেগা লাখপতি আমাৰ গ্ৰহসকলক উৎসাহিত কৰি ৰাখিছে।সূৰ্য চিমেণ্ট মূল্যবান গ্ৰাহক সকলক নির্ভৰযোগ্য সামগ্ৰী আৰু সেৱা প্ৰদান কৰাৰ সময়ত এক শক্তিশালী ইকুইটি বজাই ৰখাত বিশ্বাস ৰাখে।এই অঞ্চলটো আমাৰ বাবে এক গুৰুত্বপূৰ্ণ বজাৰ আৰু আমাৰ ইয়াত শক্তিশালী ভেটি আছে।
চিমেণ্ট বেগ সমূহৰ ভিতৰত ১৫ লাখতকৈ অধিক কুপন আছে।যাৰ পৰিমাণ ২ কোটি টকাতকৈ অধিক।কৌন বনেগা লাখপতি আঁচনিৰ অংশ হিচাপে গ্ৰাহক সকলে এই ধনৰাশী জিকিব পাতিব।সূৰ্য চিমেণ্টৰ সামগ্ৰী ক্ৰয় কৰা যিকোনো ব্যক্তিয়ে ২০২১ৰ ১৫ ছেপ্টেম্বৰ ভিতৰত ৫ টকাৰ পৰা ৫ লাখ টকাৰ নিশ্চিত নগদ পুৰস্কাৰ লাভ কৰিব কেৱল ভাগ্যৱান কেইজনমানেহে ৫ লাখ টকাৰ জেকপট পৰিমাণ জিকিব পাৰিব।
এই অফাৰৰ সফলতা ওপৰত আলোকপাত কৰি কয় ডিজিএম ৰণজিৎ সিঙে আমি আমাৰ ডিলাৰ আৰু চেনেল অংশীদাৰ সকলৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰি আহিছে।এই অফাৰে আমাৰ গ্ৰাহক সকলৰ বাবে মূল্য সৃষ্টি কৰাত সহায় কৰিছে আৰু আমাৰ বজাৰ অধিক শক্তিশালী কৰিব।সূৰ্য চিমেণ্ট হৈছে অসমৰ অন্যতম আগশাৰীৰ ব্ৰেণ্ড আৰু ইয়াৰ উপস্থিতি চিহ্নিত কৰিবলৈ প্ৰচেষ্টা আগবঢ়াইছে উত্তৰ পূব ভাৰতৰ বজাৰত।

Leave A Reply

Your email address will not be published.