মহা অষ্টমীৰ বিশেষ

0 281

আজি মহা অষ্টমী।দূৰ্গা পূজাৰ এই দিনটোৱে বিশেষ তাৎপৰ্য বহন কৰে।প্ৰধানকৈ অষ্টমী পূজাত কন্যাক ঠাই বিশেষে পূজন কৰা হয়।অষ্টমীত দেৱী মহাগৌৰীক পূজন কৰা হয়।ভক্ত সকলে বিশ্বাস কৰে যে মহাগৌৰীক পূজন কৰিলে সকলো ধৰণৰ মনৰ বাঞ্চা পূৰ্ণ হ’ব ।মহাগৌৰীক শিৱৰ স্ত্ৰী হিচাপে জনা যায়।গৌৰী সন্তুষ্ট হ’লে সদাচাৰ,সংযম বৃদ্ধি পায় বুলি ভক্ত সকলে বিশ্বাস কৰে।বহুতে দেৱীক প্ৰসন্ন কৰিবলৈ দেৱীৰ প্ৰিয় সাজ ,ৰং আদি ব্যৱহাৰ কৰে। এই বৰ্ষত অষ্টমী গুলপীয়া ৰঙে প্ৰতিনিধিত্ব কৰিছে।এয়া আছিল থোৰতে অষ্টমীৰ কিছু জানিবলগীয়া তথ্য ।এনে ধৰণৰ খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব এন ই ফ’কাচ ডট কম।

Leave A Reply

Your email address will not be published.