আজি মহা অষ্টমী।দূৰ্গা পূজাৰ এই দিনটোৱে বিশেষ তাৎপৰ্য বহন কৰে।প্ৰধানকৈ অষ্টমী পূজাত কন্যাক ঠাই বিশেষে পূজন কৰা হয়।অষ্টমীত দেৱী মহাগৌৰীক পূজন কৰা হয়।ভক্ত সকলে বিশ্বাস কৰে যে মহাগৌৰীক পূজন কৰিলে সকলো ধৰণৰ মনৰ বাঞ্চা পূৰ্ণ হ’ব ।মহাগৌৰীক শিৱৰ স্ত্ৰী হিচাপে জনা যায়।গৌৰী সন্তুষ্ট হ’লে সদাচাৰ,সংযম বৃদ্ধি পায় বুলি ভক্ত সকলে বিশ্বাস কৰে।বহুতে দেৱীক প্ৰসন্ন কৰিবলৈ দেৱীৰ প্ৰিয় সাজ ,ৰং আদি ব্যৱহাৰ কৰে। এই বৰ্ষত অষ্টমী গুলপীয়া ৰঙে প্ৰতিনিধিত্ব কৰিছে।এয়া আছিল থোৰতে অষ্টমীৰ কিছু জানিবলগীয়া তথ্য ।এনে ধৰণৰ খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব এন ই ফ’কাচ ডট কম।
Trending
- মালিগাঁওত উত্তৰ পূবৰ প্ৰথমটো বিৰলা ই বাইকৰ নতুন শ্ব’ৰূম মুকলি
- উৰিষ্যাত ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত অসমৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ
- দখলা কলিতাপাৰাত আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন- বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
- ৰাজ্যপালৰ সৈতে ভাৰত আৰু ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ পৰ্যালোচনা বৈঠক
- কামৰূপৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত সোনাপুৰ মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন
- ৰাজপথত সুৰক্ষিত যাতায়াত বাহাল ৰখাত সতৰ্ক পৰিবহণ বিভাগ
- লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটীত চ্যুকাফা দিবস উদযাপন
- প্ৰথমবাৰৰ বাবে গুৱাহাটীত খেলিব চীন-জাপানৰ শ্বাটলাৰে
- Young prodigy Avaneesh Kashyap clinches top spot in Guwahati Chess Classics 2024
- লোকসেৱা ভৱনত মন্ত্ৰী অশোক সিংহল আৰু মুখ্য সচিবৰ উপস্থিতিত ‘মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ গুৰুত্বপূৰ্ণ বৈঠক