অসম অলিম্পিক সন্থাই অচিৰেই ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণৰ বাবে এক নতুন কাৰ্য্যসূচী সমগ্ৰ ৰাজ্য জুৰি আৰম্ভ কৰিব।আজি অসমৰ অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে কয় যে অলিম্পিক সন্থাই গ্ৰাছৰুট অলিম্পিক মিছন টেলেণ্ট শীৰ্ষ এক কাৰ্য্যসূচী আৰম্ভ কৰিব।এই কাৰ্য্যসূচীৰ অধীনত ১০বছৰৰ পৰা ৬০বছৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব।প্ৰতিযোগিতা ৫শাখাত অনুষ্ঠিত হ’ব।উল্লেখযোগ্য যে ইতিমধ্যে ক্ৰীড়া পঞ্জী প্ৰস্তুতকৰণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ জাৰি দিছে।
Trending
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা