অম্বুবাচী সময়তে অম্বুবাচীক লৈ ফেচবুকত পোষ্ট কৰিলে বলিউডৰ অভিনেত্ৰী কংকনা ৰানাৱটে। কামাখ্যা দেৱীৰ মাহাত্ম্য বৰ্ণনা কৰি অভিনেত্ৰী গৰাকীয়ে উল্লেখ কৰে যে গুৱাহাটীৰ অসমত কামাখ্যা মন্দিৰত বাৰ্ষিক অম্বুবাচী মেলা আৰম্ভ হৈছে। লগতে কয় যে আমি পাহৰিব নালাগে যে হিন্দু ধর্ম হৈছে একমাত্ৰ ধৰ্ম যিয়ে মহিলাক শক্তি হিচাপে উপাসনা কৰে। কামাখ্যা হৈছে এনে এখন ধৰ্মীয় তীৰ্থ স্থান য’ত নাৰী প্ৰজনন অংগক পূজা কৰা হয়। মন্দিৰত বিভিন্ন শিলালিপি বোৰে প্ৰত্যক্ষ কৰিছোঁ য’ত নাৰী শক্তিক গুৰুত্ব প্ৰদান কৰা হয়।লগতে তেওঁ সৰুৱে পৰা বিভিন্ন ধৰ্মীয় গ্ৰন্থ পঢ়াৰ কথা উল্লেখ কৰে।উল্লেখযোগ্য যে প্ৰতিবছৰে অম্বুবাচী মেলাত অসংখ্য দেশী বিদেশী লক্ষাধিক ভক্তৰ সমাগম হয়।অৱশ্যে যোৱাবছৰ পৰা ক’ভিড-১৯ বাবে নিয়মমাষিক ভাৱেহে অনুষ্ঠিত হৈছে অম্বুবাচী মেলা।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন