আৰ্ছেনিক আৰু ফ্লৰাইডযুক্ত পানীয়ে জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে এজন অসমীয়া উদ্যমীয়ে খোৱাপানী আৰ্ছেনিকমুক্ত কৰাৰ উপায় উদ্ভাৱন কৰিছে।সম্প্ৰতি গুৱাহাটীৰ বাসিন্দা বাসিন্দা ৰাজীৱ শইকীয়া নামৰ উদ্যমীজনে কেমিকেল লেছ ৱাটাৰ পৰীক্ষণৰ জৰিয়তে আৰ্ছেনিকমুক্ত পানী পাব পৰা ব্যৱস্থা উদ্ভাৱন কৰিছে।স্মতৰ্ব্য যে এই ব্যৱস্থাৰ জৰিয়তে পানী বিশুদ্ধকৰণে নহয়,ভুগৰ্ভস্থ দুষিত পানীকো খোৱাৰ উপযুক্ত কৰি তোলে।জানিব পৰা মতে তেখেতে আই আই টি গুৱাহাটীৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰি আহিছে।চৰকাৰৰ ফালৰ পৰা সহযোগ নিশ্চয়কে এই পদক্ষেপে প্ৰসাৰ লাভ কৰিব।
Trending
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ