অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এটা ভাল খবৰ।শৈক্ষিক ক্ষেত্ৰলৈ আগৱঢ়োৱা অৱদানৰ বাবে অসমৰ দুগৰাকী শিক্ষকলৈ ২০২১ বৰ্ষৰ ভাৰতৰ শ্ৰেষ্ঠ শিক্ষকৰ সন্মান আগবঢাইছে।উল্লেখযোগ্য যে শিক্ষক দুজনে শিক্ষক দিৱসৰ দিনটোত ৰাষ্ট্ৰপতি ৰাম নাথ কবিন্দ্ৰ পৰা এই সম্বৰ্ধনা গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা শিক্ষক দুজন হৈছে যোৰহাট বামুনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কংকন কিশোৰ দত্ত , আৰু বাক্সা জিলাৰ কে বি দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিনন্দ স্বৰ্গীয়াৰী।এই শিক্ষক দুজনৰ লগতে উত্তৰপ্ৰদেশ,মহাৰাষ্ট্ৰ,তামিলনাডু,তেলেংগনা,অন্ধপ্ৰদেশ,ছিকিম, উৰিষ্যা, বিহাৰ,গুজৰাট, ৰাজস্থানৰ কেইবাগৰাকীও শিক্ষক সম্বৰ্ধনা বাবে নিৰ্বাচিত হৈছে।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন