মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কলাক্ষেত্ৰত ঘোষণা কৰে অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ নাম।অসমৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে বৰ্তমানৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দায়িত্বভাৰ গ্ৰহণ কৰিব। কলাক্ষেত্ৰত জি এন এম ৰ ষ্টাফ নাৰ্চৰ নিযুক্তিপত্ৰ প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি এই ঘোষণা কৰে।উল্লেখযোগ্য যে বৰ্তমানৰ আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্তই অহা ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব।উল্লেখযোগ্য যে, কা আন্দোলন সময়ত ৰাজ্যত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাবোৰ নিয়ন্ত্ৰণ কৰাৰ বাবেই এন আই এৰ পৰা অসমলৈ আহিছিল জি পি সিং।
Trending
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন