ধিং এক্সপ্ৰেছ অসম গৌৰৱ হিমা দাসৰ অন্য এক সাফল্য।ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্সত একেদিনাই দুটাকৈ স্বৰ্ণ পদক লাভ কৰিলে অসম কন্যা হিমা দাসে।পাটিয়ালাত চতুৰ্থ ভাৰতীয় গ্ৰা প্রিত হিমা দাসৰ এই সাফল্য। ৪×১০০ ৰীলেত স্বৰ্ণ জয় কৰিলে হিমা দাসে। হিমা আৰু তিনি সহযোগীৰ হৈছে এ. সুচিন্ত্ৰন,ধনলক্ষ্মী,আৰু দ্যুতি চান্দ।উল্লেখযোগ্য যে ৪৩.৩৭ চেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি পূৰ্বৰ ৰেকৰ্ড ভংগ কৰে দলটোৱে। সিফালে ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয় কৰে অসম কন্যা হিমা দাসে। অলিম্পিকৰ কোৱালিফায়িং মাৰ্ক হৈছে ২২.৮০ চেকেণ্ড।০.০৮ বাবে অলিম্পিকলৈ যোগ্যতা অর্জনত কৰাত ব্যৰ্থ হৈছে হিমা দাসে।অৱশ্যে অলিম্পিকৰ বাবে আৰু এখন খেল খেলিবলৈ সুবিধা পাব হিমা দাসে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী