লক ডাউনৰ সময়ত আৰ্তজনক সকাহ যোগাইছে অসম মীন উন্নয়ন নিগমে।জানিব পৰা মতে অসম মীন উন্নয়ন নিগমে ১৫০০টা দৰিদ্ৰ পৰিয়ালক চাউল,দাইল,তেলকে আদি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে।সামাজিক দূৰত্ব মানি মৰিগাঁও,নলবাৰী,বৰপেটা,নগাঁও আদিত সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰিছে।লগতে ক’ৰণা ভাইৰাছ প্ৰতিহত কৰাৰ বাবে সজাগতামূলক কাৰ্য্যসূচী হাতত লৈছে।নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী,পদ্ম কান্ত হাজৰিকা উদ্যোগত এই কাৰ্য্যসূচী অনুষ্ঠিত হৈছে।
Trending
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ