আৰ্থিক বৰঙণি হিমা দাসলৈ

0 237

ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাই অসমৰ নাম বিশ্বৰ বুকুত উজলাই তুলিবলৈ সক্ষম হোৱা হিমা দাসক মুখ্যমন্ত্ৰীয়ে আৰ্থিক বৰঙণি আগবঢ়াব|অহা ৭চেপ্তেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক মৰ্য্যদা সহকাৰে সমৰ্দ্ধনা জনাব|এই বৰঙণিত আছে ১কোটি ৬০ লাখ টকা|

Leave A Reply

Your email address will not be published.