৯নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ২০ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলা।চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান অনুষ্ঠিত হ’বলগা গ্ৰন্থ মেলাখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংচিয়ে।মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বিগত বৰ্ষৰ দৰে এইবাৰৰ গ্ৰন্থমেলাত বিদ্যালয় মহাবিদ্যালয়ৰ মাজত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।দুটা বিশেষ দিনত১২গৰাকী বিশিষ্ট প্ৰকাশকৰ লগতে ১৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাব।দিল্লী,কলিকতা,পাটনা,আহমেদাবাদ,লুধিয়ানা, মুম্বাই,বাংলাদেশ,আৰু অসমৰ বহু প্ৰকাশকে গ্ৰন্থমেলাখনত যোগদান কৰিব ।এই কথা সদৰী কৰিছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই।
Trending
- ৰাজ্যপালৰ সৈতে ভাৰত আৰু ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ পৰ্যালোচনা বৈঠক
- কামৰূপৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত সোনাপুৰ মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন
- ৰাজপথত সুৰক্ষিত যাতায়াত বাহাল ৰখাত সতৰ্ক পৰিবহণ বিভাগ
- লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটীত চ্যুকাফা দিবস উদযাপন
- প্ৰথমবাৰৰ বাবে গুৱাহাটীত খেলিব চীন-জাপানৰ শ্বাটলাৰে
- Young prodigy Avaneesh Kashyap clinches top spot in Guwahati Chess Classics 2024
- লোকসেৱা ভৱনত মন্ত্ৰী অশোক সিংহল আৰু মুখ্য সচিবৰ উপস্থিতিত ‘মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ গুৰুত্বপূৰ্ণ বৈঠক
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এঘাৰ মাহত ৬০৮২ টা গৰু জব্দ , ৯৬ জন ভাৰতীয় আৰু ৩৫ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ
- এলজি ইলেকট্রনিকছ ইণ্ডিয়া আৰু কোৰিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়াৰ সৰ্বভাৰতীয় কে- পপ প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেলে অনুষ্ঠিত
- গুৱাহাটীত প্ৰথম উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীট উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ