ক্ৰীড়া জগতৰ বাবে সুখবৰ

0 296

অসমৰ ক্ৰীড়া জগতৰ বাবে সুখবৰ। ক্ৰীড়া জগতৰ বাবে সুখবৰ।তুৰস্কৰ ইষ্টানবুলত অনুষ্ঠিত বিশ্ব মহিলা বক্সিঙত লাভলিনা বৰগোঁহাইৰ গুৰুত্বপূৰ্ণ জয়।বক্সিঙৰ ৭০ কেজি শাখাত লাভলিনাৰ হাতত পুনৰ ধৰাশায়ী প্ৰাক্তন বিশ্ব চেম্পিয়ন চীন টাইপেৰ শক্তিশালী খেলুৱৈ চেন নিয়েন চিন।

উল্লেখযোগ্য যে ২০২১ চনৰ টকিঅ’ অলিম্পিক গেমছতো লাভলিনা বৰগোঁহাইয়ে চীন টাইপেৰ খেলুৱৈ গৰাকীক পৰাজিত কৰিছিল।একেখন প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰা অসমৰ আনগৰাকী বক্সাৰ অংকুশিতা বড়োৱে প্ৰথম ৰাউন্ডত বাই পাইছে।

Leave A Reply

Your email address will not be published.