উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ থলুৱা শিপিনী, কাৰিকৰ সকলক সুবিধা প্ৰদানৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই গুৱাহাটী ৰেল ষ্টেচনত এটা হস্ততাত আৰু বস্ত্ৰশিল্প কেন্দ্ৰ স্থাপন কৰিছে। যোৱা ১৯ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰটো মুকলি কৰে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী দৰ্শনা জাৰডোছে। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ কুইন ওজা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক অংশুল গুপ্তাকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-অভিযন্তা সকল উপস্থিত থাকে। উল্লেখ্য যে, এই কেন্দ্ৰটোত অঞ্চলটোৰ থলুৱা অৰ্থনীতিক সমৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে । কেন্দ্ৰটোত ৰেলত ভ্ৰমণ কৰা যাত্ৰীয়ে নিজৰ পৰম্পৰাগত সাজ পোছাক, সামগ্ৰী ক্ৰয় কৰিব পাৰিব।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud