চাৰিদুৱাৰ গ্ৰামীণ চিকিৎসালয়ত নাৰ্ছ দিৱস পালন

0 307

সমগ্ৰ দেশৰ সমান্তৰালভাৱে আজি শোণিতপুৰত চাৰিদুৱাৰস্থিত চাৰিদুৱাৰ ৩০ খন বিচনাযুক্ত গ্ৰামীণ চিকিৎসালয়তো নাৰ্ছ দিৱস পালন কৰা হয় । এই উপলক্ষ্যে চিকিৎসালয়খনৰ সমূহ চিকিৎসক, নাৰ্ছসকলে সমৱেত হৈ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে।

বাতৰি যুগুতালে বালিপৰাৰ পৰা প্ৰাঞ্জলে

Leave A Reply

Your email address will not be published.