জামুগুৰিহাটত ব্যতিক্ৰমী ভাৱে স্বাধীনতা দিৱস উদযাপন

0 282

জামুগুৰিহাটত আজি উলহ মালহেৰে উদযাপন কৰা হয় ৭৬ তম স্বাধীনতা দিৱস । ইয়াৰ লগত সংগতি ৰাখি কালি জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ মৰিসুতিৰ এজন ইচলামিক যুৱক মতলিব আলিয়ে দু সাহসিক ক্ৰীয়া প্ৰদৰ্শনৰে বিশাল বাইক ৰেলীৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে । ইচলামিক যুৱকজনে এখন বাইকত ২৫ জন যুৱকক উঠাই লৈ এক দু সাহসিকতাৰ কলা প্ৰদৰ্শন কৰে । বালিজুৰীৰ পৰা টুপীয়ালৈকে প্রায় ১৪ কি:মি যোৰা পথত বিশাল বাইক ৰেলীকৰে বাইক ৰেলী ভাগৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰি ফ্লেগ অফ কৰে মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে । প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে এই বিশেষ বিশাল বাইক ৰেলীত।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.