জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে বিভিন্ন সময়ত সামাজিক কামৰ লগত জড়িত হৈ ৰাইজৰ সেৱাত আত্মনিয়োগ কৰি আহিছে।উদাহৰণস্বৰূপে বানপানীৰ সময়ত সাহাৰ্য্য প্ৰদান অথবা দৰিদ্ৰ ৰোগীজনক সাহাৰ্য্য প্ৰদানৰ কাম অন্যতম। অতি ব্যস্ততাপূৰ্ণ কৰ্মসূচীৰ মাজতো ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছৰ অনুষ্ঠান উপভোগ কৰিবলৈ সাজু হৈছে জনপ্ৰিয় শিল্পীগৰাকী।উল্লেখযোগ্য যে অসম গৌৰৱ এথলীট হিমা দাসৰ আমন্ত্ৰণ মৰ্মে শিল্পীগৰাকীয়ে আজি ইণ্ডোনেছিয়ালৈ উৰা মাৰিব। ৰান হিমা ৰান শ্লোগান লৈ আজি জাকাৰ্টাৰ অভিমুখে যাত্ৰা কৰিব। স্মৰ্তব্য যে এইবাৰ অসমৰ পৰা এছিয়ান গেমছত ৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান