আজি শিল্পী জুবিন গাৰ্গৰ জোলালীস্থিত ষ্টুডিঅ’ত HD Entertainmentৰ উদ্যোগত চি এম ডি হিৰকজ্যোতি ভূঞা আৰু ডিম্পল বৰুৱাৰ প্ৰযোজনাত, শিল্পী অনুপম শইকীয়াৰ পৰিচালনাৰে অনুষ্ঠিত হ’বলগীয়া Idol of Assam (voice of zubeens music), Season-1 শীৰ্ষক ৰিয়েলিটি শ্ব’ৰ বেনাৰ উন্মোচন তথা এখনি সংবাদ মেল অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তিৰ চিনাকী পৰ্বৰ পিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয়। বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে HD entertainment ৰ চেয়াৰপাৰ্চন ৰূপেশ্বৰ ভূঞাই।লগতে জুবিন গাৰ্গৰ গীতকলৈ অনুষ্ঠিত হ’বলগীয়া Idol of Assam (voice of zubeens music), Season1 ৰ বিষয়ে উপস্থিত সংবাদ মাধ্যমক অৱগত কৰে শিল্পী দুয়োগৰাকীয়ে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন