টকিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথমটো সোণৰ পদক অৰ্জন

0 470

চলিত অলিম্পিকত প্ৰথমটো সোণৰ পদক লাভ কৰে ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই। জেভলিন থ্ৰত ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই সোণৰ পদত অৰ্জন কৰে।নীৰজে সৰ্বশ্ৰেষ্ঠ থ্ৰ আছিল ৮৭.৫৮ মিটাৰ।উল্লেখ্য যে ১৩ বছৰৰ অপেক্ষাৰ পিছত ব্যক্তিগত শাখাত এজন ভাৰতীয় খেলুৱৈয়ে স্বৰ্ণ জয় কৰিছে। ইয়াৰ আগতে বেইজিং অলিম্পিকত ভাৰতীয় শ্বুটাৰ অভিনৱ বিন্দ্ৰাই সোণৰ পদক জয় কৰিছিল।

Leave A Reply

Your email address will not be published.