স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত চৰ্চালৈ আহিছে ডিব্ৰুগড় শান্তিপাৰাৰ মুন্না আচাৰ্য্য। কিয়নো মুন্না আচাৰ্য্যই অসমীয়া জনজীৱনৰ অন্যতম পৰিচায়ক তামোলত অংকন কৰিছে ২৩০ দেশৰ বিভিন্ন পতাকা। সমূহ দেশৰ বীৰ শ্বহীদৰ নামত এটা তামোলত অঁকা পতাকা সমূহ উৎসৰ্গা কৰিছে। উল্লেখযোগ্য যে মুন্না আচাৰ্য্যৰ এই প্ৰচেষ্টা প্ৰায় ২ বছৰৰ। এই সম্পৰ্কে মুন্না আচাৰ্য্যই Nefocus.comক এনেদৰে কয় অসমৰ প্ৰতি থকা দায়বদ্ধতা আৰু জাতীয়তাবোধৰ পৰিপ্ৰেক্ষিতত এইদৰে তামোলৰ ওপৰত বিভিন্ন ৰঙৰ পতাকা অংকন কৰো। ইতিমধ্যে কলাৰ প্ৰতিভাৰে বহুকেইটা ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছো। বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ পৰা সহযোগ পালে এনে কাম বহুতো কৰিব পাৰিম।
Trending
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি
- কোকৰাঝাৰত হিতাধিকাৰীৰ চেক বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত