স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত চৰ্চালৈ আহিছে ডিব্ৰুগড় শান্তিপাৰাৰ মুন্না আচাৰ্য্য। কিয়নো মুন্না আচাৰ্য্যই অসমীয়া জনজীৱনৰ অন্যতম পৰিচায়ক তামোলত অংকন কৰিছে ২৩০ দেশৰ বিভিন্ন পতাকা। সমূহ দেশৰ বীৰ শ্বহীদৰ নামত এটা তামোলত অঁকা পতাকা সমূহ উৎসৰ্গা কৰিছে। উল্লেখযোগ্য যে মুন্না আচাৰ্য্যৰ এই প্ৰচেষ্টা প্ৰায় ২ বছৰৰ। এই সম্পৰ্কে মুন্না আচাৰ্য্যই Nefocus.comক এনেদৰে কয় অসমৰ প্ৰতি থকা দায়বদ্ধতা আৰু জাতীয়তাবোধৰ পৰিপ্ৰেক্ষিতত এইদৰে তামোলৰ ওপৰত বিভিন্ন ৰঙৰ পতাকা অংকন কৰো। ইতিমধ্যে কলাৰ প্ৰতিভাৰে বহুকেইটা ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছো। বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ পৰা সহযোগ পালে এনে কাম বহুতো কৰিব পাৰিম।
Trending
- কামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ
- কামৰূপ নিৰ্বাচন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
- পলাশবাৰীৰ উপৰহালীত অটল পেঞ্চন যোজনাৰ সজাগতা সভা
- গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
- ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ
- প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত ধুবুৰী জিলাভিত্তিক গণৰাজ্য দিৱস উদযাপন
- অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা ৰাজ্যজুৰি বুথ সভা সম্পন্ন
- নলবাৰীত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন মন্ত্ৰী অশোক সিংহলৰ
- বিশ্ববাসীৰ মংগলৰ বাবে পাণ্ডুনাথ দেৱালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি