প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যু পিছতে কলাক্ষেত্ৰত উপস্থিত হৈ ৰাহুল গান্ধীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।তেখেতে কয় যে তৰুণ গগৈ মৃত্যুৱে কংগ্ৰেছৰ কিছু হ’লেও প্ৰভাৱ পেলাব।ৰাহুল গান্ধীয়ে কয় যে তৰুণ গগৈয়ে জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোকে আঁকোৱালি ল’ব জানিছিল। নেতৃত্ব কেনেকৈ দিব লাগিছিল তেওঁ জানিছিল। লগতে তেওঁ কয় যে তৰুণ গগৈ বিয়োগে প্ৰদেশ কংগ্ৰেছক ক্ষতি কৰিব।
Trending
- ঢকুৱাখনাৰ অল আসাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মনোজ্ঞ অনুষ্ঠান
- বিশিষ্ট বন্যপ্ৰাণী বিজ্ঞানী ড’ পূৰ্ণিমা দেৱী বৰ্মনক কিডবেদা প্ৰিস্কুল চেঞ্জ মেকাৰ বঁটা প্ৰদান
- চান্দমাৰিত হাস্য-ব্যংগ সাহিত্য সন্মিলন সমাপন
- শনিবাৰে উন্মোচন হয় মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-২, মুখ্যমন্ত্ৰীৰ ডায়েৰী শীৰ্ষক গ্ৰন্থ
- ২১ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (চিআইএফএফ)-২০২৩”ত ভাৰতীয় পেনোৰামাত স্থান লাভ ৰ’জী বৰাৰ দ্য লাষ্ট অনাৰ
- পলাশবাৰীৰ নহিৰাত প্ৰধান মন্ত্ৰী ‘শ্ৰী’ আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
- কেঁচা ভূঁইৰ কঁপনি উন্মোচন
- কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৫ বিধানসভা সমষ্টিৰ খচৰা ফটো ভোটাৰ তালিকা প্ৰকাশ
- মৰিগাঁও জিলাৰ চৰ অঞ্চলত পুনৰসংস্থাপিত ৭৬ টা উচ্ছেদিত পৰিয়ালক এবিঘাকৈ মাটি আৱণ্টন দিয়াৰ বাবে প্ৰস্তাৱ গৃহীত-মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত উচ্ছেদিত লোকৰ স্থায়ী পুনৰসংস্থাপনৰ দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
- এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ পদক্ষেপ স্বৰুপে উচ্চ শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ অধীনত ৫৮ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান