দক্ষিণ শালমাৰা থানাৰ খণ্ড আৰক্ষী বিষয়াৰ বৃহৎ সফলতা

0 561

আজি দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল ৰায় প্ৰধানীয়ে অলপতে গোপন সূত্ৰৰ পম খেদি তেওঁৰ নেতৃত্বত দক্ষিণ শালমাৰা থানা আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট আৰু নিচাজাতীয় ছিৰাপ শাটকাটা মণ্ডলপাৰাৰ পৰা জব্দ কৰে৷অৱশ্যে সৰবৰাহৰ লগত জৰিত ব্যক্তিকেইজন পলাই যায়।উল্লেখযোগ্য যে চি আই অতুল ৰায় প্ৰধানীয়ে এনে ধৰণৰ অসামাজিক কাৰ্যকলাপ ৰোধৰ বাবে সদায় সষ্টম হৈ থাকে৷
খবৰ যুগুতালে দক্ষিণ শালমাৰাৰ পৰা চামিম জাকাৰিয়াই৷

Leave A Reply

Your email address will not be published.