অসমৰ ভিতৰতে বৃহত্তৰ বৌদ্ধ মন্দিৰ নিৰ্মাণ হৈ আছে চিলাপথাৰৰ ফুলবাৰীত।ধেমাজি জিলাৰ বাণিজ্যিক পাম্প হিচাপে খ্যাত চিলাপথাৰৰ মালিনীপুৰ পঞ্চায়তৰ অন্তৰ্গত ফুলবাৰীত নিৰ্মাণ হৈছে এটা বৃহৎ বৌদ্ধ মন্দিৰ।ফুলবাৰী পথাৰত ৪০০ সামৰি তিনিমহলীয়াকৈ নিৰ্মাণ হৈছে এই বৃহৎ বৌদ্ধ মন্দিৰটো।উল্লেখযোগ্য যে ২০১৪ চনৰে পৰাই এই বৌদ্ধ মন্দিৰতো নিৰ্মাণকাৰ্য চলি আছে।পদ্মমনি চেৰিটেবুল ট্ৰাষ্ট নামৰ নিৰ্মান প্ৰতিষ্ঠানটোৱে এই মন্দিৰটোৰ নিৰ্মাণকাৰ্য লগত জড়িত হৈ আছে। ইতিমধ্যে প্ৰায় ৭০% কাম সম্পূৰ্ন হৈছে । কিন্তু সম্প্ৰতি ক’ৰণা মহামাৰী পৰিপ্ৰেক্ষিত কিছুমান কাম আধৰুৱা হৈ আছে। স্মৰ্তব্য যে মন্দিৰ চৌহদত স্কুল,চিকিৎসালয় অত্যাধুনিক ৰূপত এখন পার্ক নিৰ্মাণৰ কামো পূৰ্ণ গতিত অব্যাহত আছে।
Trending
- সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস আৰু পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসলৈ দিল্লীৰ সৰ্বভাৰতীয় সংস্থাৰ বিশেষ বঁটা
- ছেফৰ চতুৰ্বিংশতিতম সন্মিলন সম্পন্ন
- সামাজিক কৰ্মৰে উদ্ভাসিত হোৱা এজন ব্যক্তিৰ কথাৰে
- ঢকুৱাখনাৰ এজন প্ৰতিভাধৰ বিস্ময় বালক-১১বছৰ বয়সতে ভক্তি ৰসেৰে আৰ্জিছে সুনাম
- ছেফৰ চতুৰ্বিংশতিতম সন্মিলন অনুষ্ঠিত
- ঢকুৱাখনাৰ বি এড কলেজৰ ৰূপালী জয়ন্তী প্ৰস্তুতি তুংগত
- গোলাঘাটত নিৰ্মীয়মান আগৰ বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন উদ্যোগ মন্ত্রী বিমল বড়াৰ
- Ford Hospital brings renowned Orthopaedic surgeon to Guwahati
- ব্ৰহ্মপুত্ৰৰ বলুকা চিৰ সেউজ কৰি তুলিছে মঞ্জিত পাতিৰে
- শিল্পী অৰুণ দাসৰ স্বাস্হ্যৰ বুজ ল’লে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী বিমল বড়াই