ৰাষ্ট্রীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি পথ সুৰক্ষা জীৱন ৰক্ষা শীৰ্ষক শ্লোগানেৰে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াসেৰে আজি সৰুসজাই খেলপথাৰৰ সজাগতামূলক ‘Walkathon অনুষ্ঠিত হয়। অনুষ্ঠানটো ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ৰাজ্যত দুৰ্ঘটনাৰ পৰিমাণ হ্ৰাস কৰাৰ দিশত যান-বাহন আইন সুচাৰুৰূপে মানি চলিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায়।এই অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীদ্বয়- চন্দ্রমোহন পাটোৱাৰী, যোগেন মহনৰ লগতে উচ্চপদস্থ বিষয়া আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
Trending
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি