পদ পথৰ ঠিকনা বিচাৰি উন্মোচন

0 279

ডা০ মানিক চন্দ্ৰ দত্ত স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়| এই স্মৃতিচাৰণ সভাত ভিক্ষাৰীৰ জীৱন শৈলী সম্পৰ্কীয় পদপথৰ ঠিকনা বিচাৰি শীৰ্ষক এখন তথ্য চিত্ৰ উন্মোচন কৰে| তথ্যচিত্ৰ খন উন্মোচন কৰে বিশিষ্ট চিকিৎসক ডা০ হিতেশ বৰুৱাই| উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে শিল্পী ডা০ অঞ্জন জ্যোতি চৌধুৰী,গীতাশ্ৰী শৰ্মা,কামিনী সিনহাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি| তথ্যচিত্ৰ খন প্ৰযোজনা কৰিছে ভৃগু কুমাৰ দত্ত আৰু পৰিচালনা কৰিছে পাৰিজাত সন্দিকৈয়ে|

Leave A Reply

Your email address will not be published.