এইবাৰ ডিজিটেল প্লেটফৰ্মত এএলটিবালাজীৰ উদ্যোগত নিৰ্মাণ হ’ব পবিত্ৰ ৰিস্তা পাৰ্ট-২ । এইবাৰ মানৱৰ চৰিত্ৰত অভিনয় কৰিব শ্বহীৰ শ্বেইখে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মানৱৰ চৰিত্ৰত অভিনয় কৰিছিল প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে । ধাৰাবাহিক খনে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। পাৰিবাৰিক কাহিনী তথা সাধাৰণ জীৱনত আধাৰত নিৰ্মিত এই ধাৰাবাহিক খনে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে পূৰ্বৰ দৰে অংকিতা লোখণ্ডেই আগৰ চৰিত্ৰত অভিনয় কৰিব।ধাৰাবাহিক খনৰ পাৰ্ট-২ কাম আৰম্ভ হোৱা লগে লগে তেওঁলোকে ইনষ্টাগ্ৰামত পবিত্ৰ ৰিষ্টা দৃশ্যগ্ৰহণৰ ফটো শ্বেয়াৰ কৰিছে।
Trending
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা