বাৰেচহৰীয়া ভাওনাৰ সম্পৰ্কত বিধায়ক পদ্ম হাজৰিকাই কি ক’লে

0 107

বাৰেচহৰীয়া ভাওনা এক সম্বনয়ৰ ক্ষেত্ৰ।ইয়াত হিন্দু-মুছলমান বুলি কোনো ভেদাভেদ নাই।সেইবাবেই ভাওনা উদযাপনৰ বিভিন্ন দিশত কাম কৰিছিল মুছলমান ৰাইজে।কিন্তু ভাওনা মহোৎসৱ সু-শৃংখলিত ভাৱে উদযাপন কৰিবৰ বাবে কিছু নীতি নিয়ম বন্ধা থাকে।

সেই নীতি নিয়ম উলংঘা কৰিলে বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিয়ে সহ্য নকৰে । ইছমাইল হুছেইনকো ধৰ্মীয় দৃষ্টিৰে চোৱা নাই বাবেই তেওঁৰ লেখনি বাৰেচহৰীয়া ভাওনাৰ স্মৃতি গ্ৰন্থত দিয়া হৈছে । লেখা তেওঁক বিচৰা হৈছে । তেওঁ অতি সোনকালে বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ বিৰুদ্ধে নেতিবাচক চিন্তা আৰু বিতৰ্ক ত্যাগ কৰক।

Leave A Reply

Your email address will not be published.