আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা।যুগ যুগ ধৰি এই মেলাখন বিনিময় প্ৰথাৰে অনুষ্ঠিত হৈ আহিছে । এই মেলাখন জাগীৰোডৰ জোনবিল পাৰত অনুষ্ঠিত হয়।জোনবিল মেলা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে । জোনবিল মেলাৰ উপলক্ষে তিৱা স্বায়ত্ব শাসিত পৰিষদে বিশেষ তৎপৰতা অৱলম্বন কৰা দেখা গৈছে । ইতিমধ্যে কাৰ্বি পাহাৰৰ পৰা বহু জনজাতীয় লোক মেলাত অংশ গ্ৰহণ বাবে ৰাওনা হৈছে।উল্লেখযোগ্য যে শনিবাৰে গোভা ৰজা দৰবাৰ বঢ়িব হ’ব বুলি জানিব পৰা গৈছে।
Trending
- দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ ‘লাচিত–দ্য ৱাৰিয়ৰ’
- জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি প্ৰাপ্তৰ সৈতে বিভাগীয় মন্ত্রীৰ মত বিনিময়
- গুৱাহাটী আৰু শিলচৰৰ মাজত আজিৰে পৰা ফ্লাইবিগৰ বিমান সেৱা আৰম্ভ
- ডিজাইনাৰ সংযুক্তা দত্তই কান চলচিত্ৰ মহোৎসৱলৈ লৈ গ’ল অসম ৰেচম
- বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন- শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবী দুই শতাধিক চাইকেলিষ্টৰ
- হাৰ্দিক শৰ্মালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি প্ৰদান
- এন চি চিৰ এডভান্স লীডাৰশ্বিপ কেম্প আৰম্ভ
- বনমন্ত্ৰী পাটোৱাৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত আনুষ্ঠানিকভাৱে মুকলি কৰে এটা জিৰাফ আৰু দুটা জেব্ৰা
- বিগত ৯ টা বছৰত অসমত আন্দোলন অবিহনে উন্নয়ন সম্ভৱ হৈছে
- চিলাৰায়ৰ কীৰ্তিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস