মহাসাগৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল এখন নতুন মহাসাগৰৰ নাম৷ নতুনকৈ ঘোষিত হোৱা মহাসাগৰখনৰ নাম হ’ল ছাউদার্ন অ’চেন তথা দক্ষিণ মহাসাগৰ৷উল্লেখ্য যে আটলাণ্টিক, ভাৰত, উত্তৰ আৰু প্রশান্ত মহাসাগৰ নামেৰে পাঁচ খন মহাসাগৰ পূৰ্বে আছিল।বহু বছৰ ধৰি ছাউদার্ন অ’চেনক মহাসাগৰ হিচাপে স্বীকৃতি দিবলৈ বিজ্ঞানীসকলে প্রচেষ্টা চলাই আহিছে যদিও আন্ত:র্জাতিক পর্যায়ৰ দেশসমূহে ঐকমত্যত উপনীত নোহোৱাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷এই মহাসাগৰখন ৬০ ডিগ্রী দক্ষিণ দ্রাঘিমাংশত অৱস্থিত,এন্টাকৰ্টিকাক আগুৰি আছে৷ প্ৰায়৩০ নিযুত বছৰ পূর্বৰ পৰাই এই বিশাল মহাসাগৰখনৰ অৱস্থিতি আছে৷শেহতীয়াকৈ আন্তঃজাৰ্তিকভাৱে এই মহাসাগৰখনে স্বীকৃতি লাভ কৰিছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন