মৰিয়নী ষ্টেচনত ফুড ট্ৰেক

0 79

ৰেলযাত্ৰী সকললৈ সুখবৰ কঢ়িয়াই আনিছে ফুড ট্ৰেক নামৰ এখন ৰেষ্টুৰেণ্ট| মৰিয়নী ষ্টেচনত অলপতে ফুড ট্ৰেক নামৰ এখন ৰেষ্টুৰেণ্ট আৰম্ভ হৈছে|মৰিয়নীৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষে এই ৰেষ্টুৰেণ্টখন আৰম্ভ কৰিছে|জানিব পৰা মতে সমগ্ৰ উত্তৰ পূবৰ বিভিন্ন খাদ্য সম্ভাৰ এই ৰেষ্টুৰেণ্টখনত পোৱা যাব|স্বাস্থ্যসন্মত খাদ্য পোৱা এনে ধৰণৰ ৰেষ্টুৰেণ্ট সমগ্ৰ ৰাজ্যৰে ষ্টেচনত স্থাপন হোৱা প্ৰয়োজনীয় বুলি সচেতন মহলে পোষকতা কৰিছে।

Leave A Reply

Your email address will not be published.