যোগ দিৱস উদযাপন

0 234

আজি যোগ দিৱস। সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে মোডীয়ে দেশবাসীক সম্বোধন কৰে। তেখেতে কয় যে যোগ একতাৰ শক্তি। যোগে আমাৰ দেহত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়াই তোলে। দেহৰ অপকাৰী বীজাণু নাশ কৰে। লগতে তেখেতে কয় যে পূৰ্বতকৈ যোগক গুৰুত্ব দিয়া লোকৰ সংখ্যা বৃদ্ধি পাইছে।
 
আনহাতে ধুবুৰীৰ এগৰাকী যুৱতীয়ে ঘৰতে থাকি যোগ দিৱস পালন কৰে। ধুবুৰীৰ উজান পেটেলা গাওৰ দ্বিতীয় খণ্ডৰ পূজা ৰায় নামৰ যুৱতী গৰাকীয়ে কৰা যোগাভ্যাসে বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। উল্লেখযোগ্য যে পূজাই চ’চিয়েল মিডিয়াৰ জৰিয়তে যোগ শিকিছিল।
খবৰ যুগুতালে ধুবুৰীৰ পৰা দীপ মহন্তই..

Leave A Reply

Your email address will not be published.