কালি যোৰহাটত মিত্ৰ দলৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে।পুৱা দহ বজাত স্থানীয় কৈলাণী খেল পথাৰত অৱতৰণ কৰে বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি গৰাকী। কল্যাণীত অনুষ্ঠিত হোৱা বিশাল জনসমাগমত অংশগ্ৰহণ কৰি সভাপতি গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই। ইয়াৰ পুৰ্বে তেওঁ এখন প্ৰেচ মেলৰ আয়োজন কৰি তাতে বিজেপিৰ ইস্তাহাৰখন মুকলি কৰে। সংবাদ মেলখনত সম্বোধন কৰি বিজেপিয়ে আগন্তুক দিনত দুইলাখ নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়া হব।ইয়াৰে একলাখ চৰকাৰী চাকৰি আৰু একলাখ বেচৰকাৰী খণ্ডত চৰকাৰে দিয়াবলৈ বাধ্য কৰাব।কা আইনে অসমলৈ এটাও বিদেশী নানে বুলি মন্তব্য কৰি দাসে কয় যে কা সন্দৰ্ভত মানুহক ভুৱা কথাৰে বিপথে পৰিচালিত কৰিব বিচৰা যে হৈছিল সেই কথা ৰাইজে এতিয়া বুজি পাইছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন