সাহিত্য প্ৰতিভা আৰু সৃষ্টিশীল কৰ্মৰাজিৰ বাবে এগৰাকী অসমীয়া মহিলাই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা লাভ কৰিছে।গুৱাহাটীৰ জাহ্নৱী বৰুৱা নামৰ মহিলা গৰাকীয়ে Auther Awardsৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।এই বঁটা প্ৰদান কৰিছে পেংগুইন ৰেণ্ডম হ’ম ইণ্ডিয়াই।উল্লেখযোগ্য যে জাহ্নৱী বৰুৱাই Undertow ৰ গ্ৰন্থৰ বাবে এই সন্মান লাভ কৰিছে।দিল্লীৰ তাজ পেলেচত আয়োজিত এক অনুষ্ঠানত ভিডিঅ’ কনফাৰেঞ্চৰ যোগে এই বঁটা গ্ৰহণ কৰে।বঁটা লাভ কৰি জাহ্নৱী বৰুৱাই কয় যে এই বছৰৰ শ্ৰেষ্ঠ কল্প কাহিনী ক্ষেত্ৰত এই বঁটা লাভ কৰি মই আনন্দিত,অভিভূত।এই বঁটাৰ অংশীদাৰ হ’বলৈ পাই মই অতিকে সুখী।ইতিপূৰ্বে জাহ্নৱী বৰুৱাই Man Asian Literary Prize আৰু Commonwealth Guide Prize লৈ মনোনীত হৈছে।
Trending
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins