লকডাউনৰ কেইদিন ঘৰতে মাংস পাব পাৰিব

0 188

এতিয়াৰে পৰা মহানগৰবাসীয়ে ঘৰতে মাংস পাব পাৰিব।শনিবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ মহানগৰীৰ জিলা প্ৰশাসনে বহুকেইটা নম্বৰ মুকলি কৰি দিছে ।সেই অনুসৰি ব্ৰইলাৰ প্ৰতি কেজিত ১৫০টকা, কটা মাংস প্ৰতি কেজিত ২২০টকা মূল্য নিৰ্দ্ধাৰণ কৰিছে।
গনেশগুৰিৰ বাবে ৭৬৩৬০০৯৯৫৫, জু ৰোডৰ বাবে ৭৮৯৬৮৮৬৮৬১, চান্দমাৰিৰ বাবে৯৯৫৭৭৭৩০৭৫, শিলপুখুৰীৰ বাবে ৮০১১৫৯০৪৫১, বেলতলাৰ বাবে ৯৪৩৫১৪৮৭৫১, হাতীগাঁৱৰ বাবে ৯৯৫৭০৮৭৯৭৩, ভঙাগডৰ বাবে ৯৯৫৭৯৫৩৩৯১ নম্বৰত যোগাযোগ কৰি মাংসৰ অৰ্ডাৰ কৰিব পাৰিব।আনহাতে সমগ্ৰ গুৱাহাটীৰ বাবে ৭০০২৫৫১৮২০ নম্বৰ মুকলি কৰি দিছে।উল্লেখযোগ্য যে লক ডাউনৰ বাবে  মহানগৰীত মাংসৰ যোগান ব্যাহত হৈ আছিল।

Leave A Reply

Your email address will not be published.