শিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮০ সংখ্যক ওপজা দিন।ওপজা দিন উপলক্ষে মহানগৰীৰ চান্দমাৰীস্থিত জয়ন্ত হাজৰিকাৰ উদ্যানত এক অনুষ্ঠানৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ উদ্যানত শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিত সুৰ বাহিনীয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে গীত পৰিৱেশন কৰা হয়। অনুষ্ঠানত প্ৰয়াত শিল্পী গৰাকীৰ পত্নী তথা কণ্ঠ শিল্পী মণিষা হাজৰিকা, জে পি দাস,কন্ঠশিল্পী শান্তা উজীৰ কন্ঠশিল্পী মানবিকা বৰাকে ধৰি উপস্থিতিত বহু গুণমুগ্ধই শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়।
Trending
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ