আজি শিশুসকলৰ বাবে এটা বিশেষ দিন ।কাৰণ শিশু দিৱস। সমগ্ৰ দেশতে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়।পণ্ডিত নেহৰুৱে শিশুসকলক লৈ বহু সপোন দেখিছিল ।শিশুসকলৰ স্বাধীনতা ,শিক্ষা, উন্নয়নৰ বাবে বিশেষ পন্থা হাতত লৈছিল।তেখেতৰ নাগৰিক আছিল এনেধৰণৰ শিশুসকলেই দেশৰ প্ৰগতি, দেশৰ ধৰণী ।আজি শিশু কালিলৈ দেশৰ ভবিষ্যত ।সেয়ে উঠি অহা প্ৰজন্মক নেহৰুৱে গুৰুত্ব প্ৰদান কৰিছিল।শিশুসকলে পণ্ডিত নেহৰুক নেহৰু খুড়া বুলি সম্বোধন কৰিছিল।আনহাতে বিশ নৱেম্বৰ দিনা আন্তৰাষ্ট্ৰীয়ভাৱে শিশু দিৱস হিচাপে পালন কৰা হয় । আজিৰ শিশু দিৱস লগত সংগতি ৰাখি বিদ্যালয় সমূহত কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়।
Trending
- কামৰূপ মহানগৰ জিলাৰ পাঁচ স্থানত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভ
- বিশ্বকৰ্মা মূৰ্তি নিমজ্জন প্ৰক্ৰিয়া আয়োজন
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে