সুখবৰ। ধৰ্মীয় পৰ্যটন বিকাশ কৰা উদ্দেশ্যে অসম পৰ্যটন সঞ্চালকালয়ৰ উদ্যোগত আৰু মধুপুৰ সত্ৰ সমিতি সহযোগত ২৪,২৫ আৰু ২৬ ডিচেম্বৰত কোচবিহাৰ মধুপুৰ সত্ৰৰ সমীপৰ মদন মোহন মন্দিৰৰ বাকৰিৰ পৰা আৰম্ভ হ’ব শ্ৰীমন্ত শংকৰদেৱ মধুপুৰ মহোৎসৱ ২০১৬। উল্লেখযোগ্য ২০১৩ চনৰ পৰা অসম পৰ্যটন বিভাগে এই উৎসৱৰ লগত সহযোগিতা আগবঢ়াই আহিছে। ইচ্ছুক সকলৰ অহা- যোৱাৰ লগতে থকা- খোৱা সুব্যৱস্থা কৰা হৈছে বুলি অসম পৰ্যটন বিভাগে জানিবলৈ দিয়ে। এনেধৰণৰ ধৰ্মীয় পৰ্যটনে একতা আৰু পৰ্যটন ক্ষেত্ৰত বিকাশ সুদৃঢ় কৰি তুলে।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
