গুৱাহাটীৰ হেঙেৰাবাৰীত অৱস্থিত সমাহাৰ নাট্য বিদ্যালয়ত অহা জানুৱাৰী মাহৰ পৰা এবছৰীয়া থিয়েটাৰ ডিপ্ল’মা পাঠ্যক্রম প্ৰদান কৰিব।এই পাঠ্যক্রমত অভিনয়,কবিতা,আবৃত্তি,ৰূপসজ্জা,মঞ্চসজ্জা,নাট্য ৰচনা,সংগীত,পোহৰ আৰু পৰিচালনা অন্তর্ভুক্ত থাকিব।বিশিষ্ট থিয়েটাৰ ব্যক্তিত্ব,শিক্ষাবিদ ড০ সীতানাথ লহকৰে এই পাঠ্যক্রম সঞ্চালনা কৰিব।লগতে অতিথি প্ৰশিক্ষক হিচাপে সংগীত শিল্পী তৰালী শৰ্মা,জ্যোতি নাৰায়ণ নাথ,ৰূপম চেতিয়া,পাপৰি মেধি,কমল লোচন আৰু ড০ স্মৃতা লহকৰ উপস্থিত থাকিব।মাত্ৰ ২০ টা আসনযুক্ত এই পাঠ্যক্রম গ্ৰহণ কৰিবলৈ ছাত্ৰ ছাত্ৰী সকল ১৬ বছৰৰ উৰ্দ্ধৰ হ’ব লাগিব।ছাত্র-ছাত্ৰী সকলে সবিশেষ জানিবলৈ ৯৯৫৪০০৩০০০ আৰু ৯৪০১৮৮৬২২ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি সমাহাৰ নাট্য গোষ্ঠীৰ উদ্যোক্তাসকলে জনাইছে।
Trending
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ