সুখবৰ- অসমীয়া ভাষতো উপলদ্ধ হ’ব অনলাইন মাৰ্কেটিং এপ ফ্লিপকাৰ্ট

0 213

অসমৰ বাবে এক সুখবৰ।এতিয়া অসমীয়া ভাষতো উপলব্ধ হ’ব অনলাইন মাৰ্কেটিং এপ ফ্লিপকাৰ্ট।অসমৰ ৰাইজে অসমীয়া ভাষাতে এই ই-কমাৰ্চ সেৱাৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব।টুইটাৰযোগে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা প্ৰকাশ কৰিছে।মন্ত্ৰী গৰাকীয়ে টুইটাৰত টুইট কৰি কয় যে, ” Glad to inform that @flipkart now offers Assamese language services in marketing of products.
This will enable the people of Assam to enjoy e-commerce in own language.@himantabiswa @CNOfficeAssam @flipkart Stories”.

Leave A Reply

Your email address will not be published.