স্বাস্থ্য পৰম ধন, স্বাস্থ্য ভালে নাথাকিলে ভাল নাথাকে মন । সেয়ে মহানগৰীৰ গড়ল ভট্টপাৰাস্থিত মা মনসা মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় এক বিনামুলীয়া স্বাস্থ্য শিবিৰ । নাৰায়ণা চুপাৰ স্পেচিলিটি হস্পিতাল আৰু গুৱাহাটী আই হস্পিতালৰ সৌজন্যত মা মনসা মন্দিৰত অনুষ্ঠিত হয় এক স্বাস্থ্য শিবিৰৰ লগতে চকুৰ পৰীক্ষা শিবিৰ । এই স্বাস্থ্য শিবিৰত প্ৰায় ৮জন অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামুলীয়াকৈ ঔষধ প্ৰদান কৰে ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ