হিমাৰ সফলতাৰ সম্পৰ্কত পিতৃয়ে কি ক’লে

0 228

বিজয়ৰ ধ্বজা অব্যাহত ৰাখিছে ধিং এক্সপ্ৰেছ হিমা দাসে ।স্মতব্য যে ৩সপ্তাহত ৫টাকৈ সোণৰ পদক লাভ কৰি সমগ্ৰ দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।হিমাৰ এই জয়যাত্ৰাত উৎফুল্লিত হৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে শচীন তেণ্ডুলকাৰে।হিমাৰ এই সফলতাৰ সম্পৰ্কত পিতৃ ৰঞ্জিত দাসে আজি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে -হিমাৰ সাফল্যক লৈ আমি গৌৰৱান্বিত ।আশা কৰিছো অলিম্পিকতো হিমাৰ এই প্ৰদৰ্শন অটুট থাকে ।

Leave A Reply

Your email address will not be published.