১জুলাইৰ পৰা ১২আগষ্টলৈ যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ থাকিব

0 776

১জুলাইৰ পৰা ১২ আগষ্টলৈ দেশৰ সকলো যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ থাকিব। এই ঘোষণা কেন্দ্ৰীয় ৰেল মন্ত্ৰীৰ।
 
 
যাত্ৰী সকলে যিসমূহ টিকট বুকিং কৰিছিল সেই টিকটসমূহো ৰেলৱে বৰ্ডে বাতিল কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। এইক্ষেত্ৰত টিকট বুকিং কৰোতে লোৱা মূল্য ঘুৰাই দিব বুলি জানিব পৰা গৈছে।
 
১২মে’ আৰু ১জুনৰ পৰা যিসমূহ বিশেষ ৰাজধানী, স্পেচিয়েল মেইল, এক্সপ্ৰেছৰ সেৱা আৰম্ভ কৰা হৈছিল সেইবোৰৰ সেৱা পূৰ্বৰ দৰেই অব্যাহত থাকিব বুলি ৰেলৱে ব’ৰ্ডে সদৰী কৰিছে।

Leave A Reply

Your email address will not be published.