অহা ২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ এই ৫ দিনীয়া অধিৱেশন।অসম বিধানসভাৰ এই অধিৱেশনত উত্থাপন কৰা হ’ব কেইবাখনো বিধেয়ক। ২১ ডিচেম্বৰত উত্থাপন হ’ব ২ খন চৰকাৰী বিধেয়ক। তাৰোপৰি এই অধিৱেশনত থাকিব সাধাৰণ প্ৰশ্ন-উত্তৰ শিতান আৰু দাবী মঞ্জুৰি প্ৰস্তাৱ।ইতিমধ্যে অসম চৰকাৰৰ কেইবাটাও সিদ্ধান্ত আৰু চুবুৰীয়া ৰাজ্যৰ সৈতে সংঘটিত হোৱা তিক্ততাপূৰ্ণ পৰিস্থিতিক লৈ সৃষ্টি হোৱা বিতৰ্ককলৈ বিৰোধীয়ে ইতিমধ্যে চৰকাৰক বিভিন্ন ধৰেণে সমালোচনা কৰিছে। এই বিষয়সমূহ বিধানসভাৰ মজিয়াটো যে স্থান পাব সেয়া নিশ্চিত।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap