৭মাৰ্চত শপত গ্ৰহণ কৰিব মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে

0 273

অহা ৭মাৰ্চত দ্বিতীয়টো কাৰ্যকালৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব কনৰাড চাংমাই। উল্লেখযোগ্য যে ২৬ খন আসনেৰছ মেঘালয় বিধানসভা নিৰ্বাচনত কনৰাড চাংমাই নেতৃত্বাধীন এনপিপিয়ে ২৬ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি,এইচএছপিডিপি, পিডিএফ আৰু আইএনডিয়ে দুখনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে ৰাজ্যখনত এইবাৰ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে লাভ কৰিছে ৫ খনকৈ আসন।পুনৰ বাৰ আন দলৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে কনৰাড চাংমাইৰ চৰকাৰ।

Leave A Reply

Your email address will not be published.