অসম অৰুণাচল সীমান্তৰ পাদ দেশত অৱস্থিত তেজালপট্ৰি চাহবাগিছা । ১৯৮৪ চনতেই উক্ত চাহবাগিছাৰ অন্তৰ্গত খেৰবাৰি -বুৰবুৰিত নেপালী, বড়ো, আদিবাসী, চাহ জনজাতি, ভাষিক অসমীয়া, কছাৰী আদি কৰি লোক সকলৰ ল`ৰা-ছোৱালীক শিক্ষাৰ পোহৰ বিলোৱা শিক্ষক টংক কুৰ্মীক কালি বিশ্বনাথ জিলা প্ৰশাসনে সম্বৰ্দ্ধনা জনালে। তেখেত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ-বিশ্বনাথ জিলাৰ উপদেষ্টা হোৱাৰ লগতে জাতীয় মহাসভাৰ নদুৱাৰৰ সভাপতি। শিক্ষক গৰাকী চাকৰি জীৱনৰ শেষবেলাত বিশ্বনাথ জিলা প্ৰশাসনে সম্বৰ্ধনা জনোৱাত শৈক্ষিক মহলত আনন্দৰ জোঁৱাৰ উঠিছে ।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap