মহানগৰীৰ পশ্বৱৰ্তী ৰাণীস্থিত আঞ্চলিক পাম পৰিচালনা প্ৰতিষ্ঠান (RILEM) ৰ উদ্যোগত প্ৰথমবাৰৰ বাবে মেঘালয় চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ ৪৫ দিনীয়া কৃত্ৰিম গো প্ৰজননৰ ওপৰত ভাৰত চৰকাৰৰ আঁচনি (RGM) অধীনত ‘মৈত্ৰী’ কাৰ্যক্ৰমৰ অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অন্তত মেঘালয় চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক, ৰাণী আঞ্চলিক পাম প্ৰতিষ্ঠানৰ সঞ্চালক ডা: নিত্য নাৰায়ণ মহন্ত, পশুধন অভিকৰণৰ চি.ই.অ’. ডা: মণিদ্বীপ দাস, পশু পালন আৰু পশু চিকিৎসা বিভাগ, অসম অতিৰিক্ত সঞ্চালক ডা: দিলীপ ভূঞা তথা বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে, ৰাণী পাম পৰিচালনা প্ৰতিষ্ঠানত ইয়াৰ পূৰ্বে অসমৰ বাহিৰৰ কোনো ৰাজ্যৰ ‘মৈত্ৰী’ অনুষ্ঠিত হোৱা নাই। ইয়াৰ বাবে ৰাইজ তথা বিভাগৰ সকলো বিষয়বীয়াই সঞ্চালক ডা: নিত্য নাৰায়ণ মহন্তৰ উদ্যোগৰ শলাগ লয়।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন