সত্ৰ নগৰী মাজুলীত এতিয়া উখল মাখল পৰিবেশ।৫০০ বছৰীয়া পৰম্পৰা আৰু আধ্যাত্মিকতাৰ সংমিশ্ৰণৰে মাজুলীত আৰম্ভ হৈ ৰাস মহোৎসৱ ।দেশী বিদেশী পৰ্যটকে মাজুলীত ভিৰ কৰিছে। মাজুলী কমলাবাৰী ফেৰী ঘাটৰ পৰা পৰ্যটকক আদৰিবলৈ মাজুলীবাসীয়ে সাজু হৈ উঠিছে ।উল্লেখযোগ্য যে মাজুলীৰ ৫২খন ৰংগমঞ্চত এইবাৰ ৰাস মঞ্চস্থ হ’ব।ঠাই বিশেষে তিনি দিনীয়া,সাদিনীয়াকৈ ৰাস মহোৎসৱ অনুুষ্ঠিত হ’ব । সহযোগ কৰিলে মাজুলীৰ পৰা জ্যোতিষ তামুলীয়ে।
Trending
- কামৰূপ মহানগৰ জিলাৰ পাঁচ স্থানত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভ
- বিশ্বকৰ্মা মূৰ্তি নিমজ্জন প্ৰক্ৰিয়া আয়োজন
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে