ৰৱটে চিকিৎসা সেৱা আগবঢ়াইছে স্বাগত হস্পিতালত

0 242

চিকিৎসা বিজ্ঞানৰ চমকপ্ৰদ সাফল্য।এই খন অসমতে এতিয়া সম্ভৱ হৈ উঠিছে ৰৱটিক চাৰ্জাৰী।
 
উল্লেখযোগ্য যে গুৱাহাটীৰ স্বাগত হস্পিতালত সম্প্ৰতি এই সুবিধা উপলব্ধ ।হস্পিতালখনত ইতিমধ্যে ৭টা ৰৱটিক চাৰ্জাৰী হৈছে।
 
জানিব পৰা মতে ডক্তৰ সুভাষ খান্নাৰ নেতৃত্বৰ এদল বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে এই সকলো সেৱা সম্ভৱ হৈ উঠিছে।যোৱা ২ফেব্ৰুৱাৰীৰ পৰা ৰৱটৰ চিকিৎসা সেৱা কাৰ্য্যকৰী হৈছে।আনহাতে টেলি ৰৱটে ৰোগীক পৰীক্ষা আৰু পৰামৰ্শ দান কৰিছে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.