২০০৮ চনৰ অভিশপ্ত ৩০অক্টোবৰক সুঁৱৰি আজি গনেশ গুৰিৰ উৰণীয়া সেঁতুৰ সমীপত অনুষ্ঠিত হ’ল শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অনুষ্ঠান।শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সন্ত্ৰাষবাদ মুক্ত অসম নিৰ্মাণ কৰাৰ উদ্দেশ্যে আমি সকলোৱে সংগবদ্ধ ভাৱে প্ৰচেষ্টা হাতত ল’ব লাগিব।অসমৰ বুকুত শান্তিপূৰ্ণ বাতাবৰণ জীয়াই ৰাখিবলৈ সকলোকে আহ্বান জনায়।শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা নাম প্ৰসংগ অনুষ্ঠিত হয়।অনুষ্ঠানত শ্বহীদৰ পৰিয়ালৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ