অভিশপ্ত ৩০অক্টোবৰ সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন

0 316

২০০৮ চনৰ অভিশপ্ত ৩০অক্টোবৰক সুঁৱৰি আজি গনেশ গুৰিৰ উৰণীয়া সেঁতুৰ সমীপত অনুষ্ঠিত হ’ল শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অনুষ্ঠান।শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সন্ত্ৰাষবাদ মুক্ত অসম নিৰ্মাণ কৰাৰ উদ্দেশ্যে আমি সকলোৱে সংগবদ্ধ ভাৱে প্ৰচেষ্টা হাতত ল’ব লাগিব।অসমৰ বুকুত শান্তিপূৰ্ণ বাতাবৰণ জীয়াই ৰাখিবলৈ সকলোকে আহ্বান জনায়।শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা নাম প্ৰসংগ অনুষ্ঠিত হয়।অনুষ্ঠানত শ্বহীদৰ পৰিয়ালৰ লগতে বহু কেইগৰাকী  বিশিষ্ট ব্যক্তি উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে।

Leave A Reply

Your email address will not be published.